Kobita tumi mor AI Song
Music Created by AI Song Generator of Style Classical pop
Lyrics
কবিতা তুমি মোৰ
হিয়াৰে আঁৰৰ
অকলে থাকিলে
মিচিকি হাঁহিৰে পাতো কথা
কবিতা তুমি মোৰ
হিয়াৰে আঁৰৰ ৷
এন্ধাৰ ৰাতিৰ সপোন
তুমি মোৰ
সুখৰে গান
ভাবিলে তোমাকে হিয়া জুৰায়
তোমাকে লৈ ৰচনা কৰো
হেজাৰ হেজাৰ গান
কবিতা তুমি মোৰ
হিয়াৰে আঁৰৰ ৷
সপোন তুমি মোৰ
গভীৰ ৰাতিৰ
হৃদয়ৰ ৰাণী মোৰ
চকুৰ মনি
তোমাকে বিচাৰো মই
জীৱনৰ লগৰী
কবিতা তুমি মোৰ ৷
সুৰয যেতিয়া মাৰ যাৱ
জোনটি তুমি মোক কৰিৱা আলো
পৃথিৱী ঘূৰি আহিম মই
তোমাৰে পোহৰত
কবিতা তুমি মোৰ ৷
সোণালী বৰণৰ জোনটি তুমি মোৰ
শীতল পোহৰ তোমাৰ
পৰিলে দেহত
মন মোৰ পমি দেহ জুৰায়
কবিতা তুমি মোৰ
কবিতা তুমি মোৰ
কবিতা তুমি মোৰ ৷