Kobita tumi mor AI Song

Music Created by AI Song Generator of Style Classical pop

Kobita tumi mor

Kobita tumi mor

Classical pop

2024-10-30 10:06:25

Kobita tumi mor

Kobita tumi mor

Classical pop

2024-10-30 10:06:25

Create AI Song Now >>

Lyrics

কবিতা তুমি মোৰ হিয়াৰে আঁৰৰ অকলে থাকিলে মিচিকি হাঁহিৰে পাতো কথা কবিতা তুমি মোৰ হিয়াৰে আঁৰৰ ৷ এন্ধাৰ ৰাতিৰ সপোন তুমি মোৰ সুখৰে গান ভাবিলে তোমাকে হিয়া জুৰায় তোমাকে লৈ ৰচনা কৰো হেজাৰ হেজাৰ গান কবিতা তুমি মোৰ হিয়াৰে আঁৰৰ ৷ সপোন তুমি মোৰ গভীৰ ৰাতিৰ হৃদয়ৰ ৰাণী মোৰ চকুৰ মনি তোমাকে বিচাৰো মই জীৱনৰ লগৰী কবিতা তুমি মোৰ ৷ সুৰয যেতিয়া মাৰ যাৱ জোনটি তুমি মোক কৰিৱা আলো পৃথিৱী ঘূৰি আহিম মই তোমাৰে পোহৰত কবিতা তুমি মোৰ ৷ সোণালী বৰণৰ জোনটি তুমি মোৰ শীতল পোহৰ তোমাৰ পৰিলে দেহত মন মোৰ পমি দেহ জুৰায় কবিতা তুমি মোৰ কবিতা তুমি মোৰ কবিতা তুমি মোৰ ৷